rbi.page.title.1
rbi.page.title.2
Press Releases
মে’ 19, 2023
₹2000 মূল্যৰ বেংকনোট – প্ৰচলনৰ পৰা প্ৰত্যাহাৰ; বৈধ বেংকনোট হিচাপে চলি থাকিব
19 মে, 2023 ₹2000 মূল্যৰ বেংকনোট – প্ৰচলনৰ পৰা প্ৰত্যাহাৰ; বৈধ বেংকনোট হিচাপে চলি থাকিব 2016 চনৰ নৱেম্বৰ মাহত আৰ বি আই অধিনিয়ম, 1934 ধাৰা 24(1)ৰ অধীনত মূলতঃ সকলো ₹500 আৰু ₹1000 টকা নোটৰ বৈধ বেংকনোটৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত, অৰ্থনীতিত মুদ্ৰাৰ প্ৰয়োজনীয়তা ক্ষিপ্ৰতাৰে পূৰণ কৰাৰ উদ্দেশ্যেৰে, ₹2000 মূল্যৰ নোট প্ৰৱৰ্তন কৰা হৈছিলI অন্য মূল্যৰ নোট পৰ্যাপ্ত পৰিমাণত উপলব্ধ হোৱাৰ ফলস্বৰূপে, ₹2000 টকাৰ নোট প্ৰৱৰ্তনৰ উদ্দেশ্য পূৰণ হয়। সেয়েহে 2018-19 চনৰ পৰা ₹2000 টকাৰ নোটৰ

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 20, 2023