rbi.page.title.1
rbi.page.title.2
50845969
প্ৰকাশ কৰা তাৰিখ অক্টোবৰ 01, 2019
ভাৰতীয় বেংকিং প্ৰণালীৰ সুৰক্ষা আৰু সুস্থিৰতা সম্পৰ্কে আৰ বি আয়ে স্পষ্ট কৰিছে

সমবায় বেংকবোৰকে ধৰি কিছুমান বেংকৰ বিষয়ে কোনো কোনো স্থানত ওলোৱা উৰাবাতৰিৰ ফলত জমাকৰ্তাৰ মাজত উদ্বিগ্নতা সৃষ্টি হৈছে।
আৰ বি আয়ে সৰ্বসাধাৰণ ৰাইজক আশ্বস্ত কৰিব বিচাৰে যে ভাৰতীয় বেংকিং প্ৰণালীটো সুৰক্ষিত আৰু সুস্থিৰ আৰু এনেবোৰ উৰাবাতৰিৰ ভিত্তিত উত্কণ্ঠিত হোৱাৰ আৱশ্যক নাই।
(যোগেশ দয়াল)
মুখ্য মহা প্ৰৱন্ধক
প্ৰেছ বিজ্ঞপ্তি – ২০১৯-২০২০/৮৫০
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?