rbi.page.title.1
rbi.page.title.2
50846029
প্ৰকাশ কৰা তাৰিখ মে’ 03, 2019
নিজৰ সোণ আৰক্ষণৰ নিৰাপদ অভিৰক্ষা সম্পৰ্কে আৰ বি আয়ে স্পষ্ট কৰি দিছে

আৰ বি আয়ে ইয়াৰ স্বৰ্ণ ধাৰণৰ একাংশ ২০১৪ বিদেশলৈ স্থানান্তৰ কৰা সন্দৰ্ভত একাংশ ছপা আৰু সামাজিক মাধ্যমত বাতৰি প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় বেংকবোৰে বিশ্বজুৰি নিজৰ স্বৰ্ণ আৰক্ষণবোৰ নিৰাপদ অভিৰক্ষাৰ বাবে বেংক অব ইংলেণ্ডৰ দৰে বিদেশৰ কেন্দ্ৰীয় বেংকত ৰখাটো এক প্ৰচলিত প্ৰথা। এইকথাও লগতে কোৱা হল যে আৰ বি আয়ে ২০১৪ বা তাৰ পাছত কোনো সোণ ভাৰতৰ পৰা অন্য দেশলৈ স্থানান্তৰিত কৰা নাই। এতেকে ওপৰুল্লেখিত প্ৰচাৰ মাধ্যমৰ বাতৰি তথ্যগতভাৱে অশুদ্ধ।
(যোগেশ দয়াল)
মুখ্য মহা প্ৰৱন্ধক
প্ৰেছ বিজ্ঞপ্তি – ২০১৮-২০১৯/২৬০০
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?