rbi.page.title.1
rbi.page.title.2
78489694
এ টি এমৰ ব্যৱহাৰ – গ্ৰাহক মাচুল মুকুব
প্ৰকাশ কৰা তাৰিখ নৱেম্বৰ 14, 2016
এ টি এমৰ ব্যৱহাৰ – গ্ৰাহক মাচুল মুকুব
১৪ নৱেম্বৰ, ২০১৬ এ টি এমৰ ব্যৱহাৰ – গ্ৰাহক মাচুল মুকুব ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি এই মৰ্মে সিদ্ধান্ত লয় যে সঞ্চয় বেংক গ্ৰাহকসকলে নিজৰ একাউণ্টত থকা বেংকৰ পৰা নগদ উঠোৱাৰ বাবদ, মাহটোত যিমান সংখ্যক লেনদেনেই নহওক লাগে, তেওঁলোকৰ সকলো লেনদেন (বিত্তীয় আৰু অনা-বিত্তীয় উভয় প্ৰকাৰৰ লেনদেনকে ধৰি)ৰ ওপৰত এটিএম মাচুল ৰেহাই দিব। ১০ নৱেম্বৰ,২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত পৰ্যালোচনা সাপেক্ষে এটিএম মাচুল ৰেহাই ব্যৱস্থা বাহাল থাকিব। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৯৯ |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?