RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491333
আৰ বি আয়ে চাহেবৰাও দেশমুখ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে

আৰ বি আয়ে চাহেবৰাও দেশমুখ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে

২৩ ফেব্ৰুৱাৰী,২০১৭

আৰ বি আয়ে চাহেবৰাও দেশমুখ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য মতে) উপবন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি চাহেবৰাও দেশমুখ কো-অপাৰেটিভ বেংক লিমিটেডক, অন-চাইট এটিএম খোলা সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে ১.০০ লাখ (এক লাখ টকা)ৰ অৰ্থ দণ্ড আৰোপ কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত বেংকটোৱে লিখিত উত্তৰ আৰু মৌখিক কৈফিয়ত্ দাখিল কৰিছিল। এই সংক্ৰান্তত যথাৰ্থতা আৰু বিষয়টোৰ ওপৰত বেংকটোৰ উত্তৰ বিবেচনাৰ অন্তত, ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘন প্ৰমাণিত হৈছে আৰু দণ্ড আৰোপযোগ্য হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২৭৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?