RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78511077
প্ৰাইমেৰী আৰ্বান কোপাৰেটিভ বেঙ্কৰ ২০১৬-১৭ বৰ্ষৰ দৃষ্টিকোণ

প্ৰাইমেৰী আৰ্বান কোপাৰেটিভ বেঙ্কৰ ২০১৬-১৭ বৰ্ষৰ দৃষ্টিকোণ

২১ ডিচেম্বৰ, ২০১৭

প্ৰাইমেৰী আৰ্বান কোপাৰেটিভ বেঙ্কৰ ২০১৬-১৭ বৰ্ষৰ দৃষ্টিকোণ

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰাইমেৰী আৰ্বান কোপাৰেটিভ বেঙ্কৰ ২০১৬-১৭ বৰ্ষৰ দৃষ্টিকোণৰ বাৰ্ষিক প্ৰকাশন চতুৰ্থ সংখ্যা আজি প্ৰকাশ কৰে । এই প্ৰকাশন https://dbie.rbi.org.in/DBIE/dbie.rbi?site ত উপলব্ধ । প্ৰকাশনটি ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ডিপাৰ্টমেন্ট অব কোপাৰেটিভ বেঙ্ক চুপাৰভিশ্যনে প্ৰকাশ কৰি উলিয়াছে ।

২০১৬-১৭ বিত্তীয় বৰ্ষৰ সূচীভুক্ত আৰু অসূচীভুক্ত আৰ্বান বেঙ্কৰ বিত্তীয় লেখ এই প্ৰকাশনে সামৰি লৈছে । এই প্ৰকাশনত মূখ্যত:প্ৰয়োজনীয় তথ্যসমুহ যেনে এগ্ৰিগেট ইনফৰ্মেশ্বন,বেলেঞ্চ শ্বীট,প্ৰফিট এণ্ড লচ একাউণ্ট,নন পাৰ্ফমিং এচেট,ফিনেঞ্চিয়েল ৰেচিঅ’ আৰু ৰাজ্য অনুযায়ী প্ৰাথমিক খণ্ড সমূহলৈ ভগাই দিয়া অগ্ৰিম সমূহৰ হিচাপ । ইয়াৰ বাহিৰেও কেপিটেল এডুকুৱেচি,প্ৰ্ফিটেবিলিটী কৰ্মচাৰীৰ উৎপাদিকতাৰ ওপৰত ৰাজ্য ভিত্তিক বিত্তীয় অনুপাতৰ খবৰ । কেৱল বৈদ্যুতিন মাধ্যমতহে ভাৰতীয় অৰ্থনীতিৰ (DBIE) তথ্যসমুহ এই ৱেবচাইটত https://dbie.rbi.org.in/ চাব পাৰি । এই প্ৰকাশনৰ কোনো মুদ্ৰিত পুথি নাই ।

জোচ জে কট্টুৰ
মুখ্য মহাপ্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি: 2017-2018/1712

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?