RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492667
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ) ২০১৬

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ) ২০১৬

৭ ফেব্ৰুৱাৰী, ২০১৭

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ) ২০১৬

ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ সহকাৰে, notification No.S.O.4061(E) dated December 16, 2016 যোগে Pradhan Mantri Garib Kalyan Deposit Scheme (PMGKDS) খন অধিসূচিত কৰিছিল। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০১৬ৰ অধীনত অপ্ৰকাশিত আয় ঘোষণা কৰা যিকোনো ব্যক্তিয়ে আঁচনিখনৰ অধীনত জমা ৰাখিব পাৰিব। জমাৰাশি, যিখিনি ঘোষিত অপ্ৰকাশিত আয়ৰ ২৫ শতাংশৰ কম নহ’ব, স্বীকৃতিপ্ৰাপ্ত বেংকবোৰত (ভাৰত চৰকাৰে জ্ঞাপন কৰিবলগীয়া) ১৭ ডিচেম্বৰ, ২০১৬ (শনিবাৰ)ৰ পৰা ৩১ মাৰ্চ, ২০১৬ (শুকুৰবাৰ)লৈকে জমা কৰিব পাৰিব।

এই সন্দৰ্ভত, ভাৰত চৰকাৰে ঘোষণাকাৰীসকলক পি এম জি কে ডি এছ, ২০১৬ত এবাৰ বা ততোধিক বাৰত জমা কৰাৰ অনুমতি দিবলৈ সিদ্ধান্ত লৈছে। সেইমতে অধিসূচনাখনৰ ৭(১) দফাটো তলত উল্লেখ কৰা ধৰণে সংশোধিত হৈছেঃ

“৪. ক্ৰয়-নিবিদা আৰু বণ্ড লেজাৰ একাউণ্টত বিনিয়োগৰ প্ৰকাৰ – (৪) এই আঁচনিৰ অন্তৰ্গত ধাৰা ১৯৯(চ)ৰ উপধাৰা(১)ৰ অধীনত কৰিবলৈ বিচৰা জমাখিনি এবাৰত বা ততোধিক বাৰত কৰিব। ধাৰা ১৯৯গৰ উপধাৰা(১)ৰ অধীনত ঘোষণা দাখিল কৰাৰ পূৰ্বে জমাখিনি দিব।”

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১১৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?