RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493080
বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫-কৰ অন্তৰ্গত নিৰ্দেশনা – দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ

বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫-কৰ অন্তৰ্গত নিৰ্দেশনা – দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ

২৬ মাৰ্চ, ২০১৭

বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫-কৰ অন্তৰ্গত নিৰ্দেশনা – দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ

দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড মুম্বাই, মহাৰাষ্ট্ৰক দিনাংক ২৪ জুন, ২০১৫ নিৰ্দেশযোগে, ২৬ জুন,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা নিৰ্দেশনাধীন কৰা হৈছিল। সময়ে সময়ে দি অহা পৰৱৰ্ত্তী নিৰ্দেশসমূহযোগে সেই নিৰ্দেশনাৰ বৈধতা সম্প্ৰসাৰিত আৰু সালসলনি ঘটাই অহা হৈছে, যাৰ অন্তিমটো আছিল দিনাংক ৩১ জানুৱাৰী, ২০১৭ আৰু যিটো পুনৰীক্ষণ সাপেক্ষে ২৫ মাৰ্চ, ২০১৭লৈ বলবত্ হৈ আছে।

জনসাধাৰণক ইয়াৰ দ্বাৰা জনোৱা হয় যে দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড মুম্বাই, মহাৰাষ্ট্ৰক তেনেকৈ জাৰি কৰা দিনাংক ২৪ জুন, ২০১৫ৰ নিৰ্দেশটো, যাক সময়ে সময়ে সালসলনি কৰা হৈছে, ২৬ মাৰ্চ, ২০১৭ৰ পৰা অধিকতৰ ছমাহ অবধিৰ বাবে ২৫ ছেপ্টেম্বৰ, ২০১৭লৈ দিনাংক ২০ মাৰ্চ, ২০১৭যোগে পুনৰীক্ষণ সাপেক্ষে সম্প্ৰসাৰিত কৰা হৈছে।

ওপৰোক্ত সালসলনি ঘটোৱা দিনাংক ২০ মাৰ্চ, ২০১৭ নিৰ্দেশনাটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শন কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা উপৰিউক্ত সালসলনিক আপাতঃদৃষ্টিত ধৰি ল’ব নালাগে যে বেংকটোৰ বিত্তীয় অৱস্থাৰ পৰ্যাপ্ত উন্নতিত ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫৬৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?