rbi.page.title.1
rbi.page.title.2
78489665
ডি চি চি বি বিলাকে বৰ্তমানে থকা গ্ৰাহকসকলক তেওঁলোকৰ একাউণ্টৰ পৰা ২৪,০০০ টকালৈ উঠাবলৈ দিব পাৰে : আৰ বি আই
প্ৰকাশ কৰা তাৰিখ নৱেম্বৰ 14, 2016
ডি চি চি বি বিলাকে বৰ্তমানে থকা গ্ৰাহকসকলক তেওঁলোকৰ একাউণ্টৰ পৰা ২৪,০০০ টকালৈ উঠাবলৈ দিব পাৰে : আৰ বি আই
১৪ নৱেম্বৰ, ২০১৬ ডি চি চি বি বিলাকে বৰ্তমানে থকা গ্ৰাহকসকলক তেওঁলোকৰ একাউণ্টৰ পৰা ২৪,০০০ ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি স্পষ্ট কৰি দিয়ে যে জিলা কেন্দ্ৰীয় সমবায় বেংকবিলাকে (ডিচিচিবি) গ্ৰাহকসকলক তেওঁলোকৰ একাউণ্টৰ পৰা ২৪ নৱেম্বৰ,২০১৬ পৰ্যন্ত এসপ্তাহত ২৪,০০০ টকালৈকে উঠাবলৈ দিব পাৰে। অৱশ্যে নিৰ্দিষ্ট বেংক নোটবোৰ (৫০০ আৰু ১০০০ টকাৰ) বিনিময় বা জমা তেওঁলোকে কৰিব নোৱাৰিব। ৰিজাৰ্ভ বেংকে সেইমতে ডিচিচিবি বিলাকক তেওঁলোকৰ একাউণ্টৰ পৰা নগদ উঠাবলৈ দিবৰ কাৰণে বেংকিবিলাকক পৰামৰ্শ দিছে। অন্য বেংকত থকা একাউণ্টৰ পৰা নগদ উঠোৱাৰ ক্ষেত্ৰত প্ৰতি সপ্তাহৰ ২৪,০০০ টকাৰ সীমাটো ডিচিচিবিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৯৮ |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?