RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492115
নিৰ্দিষ্ট বেংক নোট (এছ বি এন) সন্দৰ্ভত স্পষ্টীকৰণ

নিৰ্দিষ্ট বেংক নোট (এছ বি এন) সন্দৰ্ভত স্পষ্টীকৰণ

৫ জানুৱাৰী,২০১৭

নিৰ্দিষ্ট বেংক নোট (এছ বি এন) সন্দৰ্ভত স্পষ্টীকৰণ

জমাকৃত এছ বি এনৰ সম্পৰ্কত কেতবোৰ খণ্ডত বিভিন্ন আকলন হৈছে।

আমি স্পষ্ট কৰিবলৈ বিচাৰো যে সমগ্ৰ দেশৰ বৃহত্ সংখ্যক কাৰেন্সি চেষ্টত হোৱা গণনা প্ৰবিষ্টিসমূহৰ সমুচ্চয়নৰ ভিত্তিত আমাৰদ্বাৰা পৰ্যায়ক্ৰমিক এছ বি এন ৰাশিসমূহ প্ৰকাশ কৰা হয়। এতিয়া আঁচনিখন ৩০ ডিচেম্বৰ, ২০১৬ত অন্ত পৰা হেতুকে গণনা ভ্ৰান্তি/সম্ভাৱ্য দ্বৈত গণনা আদি পৰিহাৰ কৰিবলৈ আবয়ৱিক নগদ উদ্ধৃত্তৰ সৈতে এই সংখ্যাবোৰ মিলাই চাব লাগিব। আৰ বি আয়ে এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোনো আকলন, ঘূৰাই দিয়া এছ বি এনৰ প্ৰকৃত হিচাপ নিৰ্দিষ্ট কৰিব নোৱাৰিব পাৰে। প্ৰাপ্ত এছ বি এনৰ সঠিক সংখ্যা পাৰ্যমানে শীঘ্ৰে প্ৰকাশ কৰিবৰ কাৰণে প্ৰক্ৰিয়াটো খৰতকীয়াকৈ সম্পূৰ্ণ কৰিবলৈ আৰ বি আয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

জোছ জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭৮৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?