rbi.page.title.1
rbi.page.title.2
78494622
৮% জিওআই সঞ্চয় বণ্ড (কৰযুক্ত), ২০০৩ৰ সমাপ্তি
প্ৰকাশ কৰা তাৰিখ জানুৱাৰী 01, 2018
৮% জিওআই সঞ্চয় বণ্ড (কৰযুক্ত), ২০০৩ৰ সমাপ্তি
ভাৰত চৰকাৰ নতুন দিল্লী ১ জানুৱাৰী,২০১৮ জাননী ৮% জিওআই সঞ্চয় বণ্ড (কৰযুক্ত), ২০০৩ৰ সমাপ্তি No.F.4(10)-W&M/2003: ভাৰত চৰকাৰে ইয়াৰে জাননী দিছে যে ২১ মাৰ্চ,২০০৩ তাৰিখৰ Notification F.4(10)-W&M/2003 অনুযায়ী ৮% জিওআই সঞ্চয় বণ্ড (কৰযুক্ত), ২০০৩ৰ ২ জানুৱাৰী,২০১৮ মংগলবাৰে কাৰ্যালয় সমাপ্তিৰ পিচত ইয়াৰ সংগ্ৰহ বন্ধ হব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ আদেশানুযায়ী (প্ৰশান্ত গোয়েল) |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?