RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2
High Contrast Version
High Contrast Version
Text Size
Text Size
PwC_SIT

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

MANI App - SMS/OBD - Banner- Without Links

MANI App-SMS

মানি অ্যাপত (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) এচএমএচ

 

দৃষ্টিহীন ব্যক্তিসকলৰ দ্বাৰা বেংকনোটৰ ডিন’মিনেশ্বন চিনাক্তকৰণৰ বাবে bit.ly/RBI-MANI পৰা আৰবিআই-ৰ মানি অ্যাপ ডাউনলোড কৰক।অধিক জানিবলৈ, কল কৰক 14440।

 

MANI App-IVRS

মানি অ্যাপে (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) আইভিআৰএস

মানি অ্যাপে (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) আইভিআৰএস

মানি অর্থাৎ মোবাইল এইডেড নোট আইডেন্টিফায়াৰ অ্যাপৰ বিষয়ে জানিবলৈ আৰবিআই-ক কল কৰাৰ বাবে আপোনাক ধন্যবাদ। এই অ্যাপ ডাউনলোড কৰিব পাৰি এন্ড্রয়েড প্লে ষ্ট’ৰ আৰু iOS অ্যাপ ষ্ট’ৰৰ পৰা বিনামূলীয়া কৈ। ইনস্টল কৰাৰ পিছত, মোবাইল অ্যাপ্লিকেশনের ইন্টাৰনেট দৰকাৰ নাই, অফলাইন ম’ডত এয়া কাম কৰে। অ্যাপটো ব্যৱহাৰ কৰিব পাৰি কাৰেনচি নোটৰ ফালে স্মার্ট ফোনৰ কেমেৰা ৰাখি আৰু ডিন’মিনেশ্বন ঘোষিত হয় হিন্দি বা ইংৰাজিত আৰু লগতে কম্পনৰ মাধ্যমেও যোগাযোগ কৰিব পাৰি। এই মোবাইল অ্যাপ্লিকেশন যদিও ভাৰতীয় বেংকনোটৰ বিশুদ্ধতা পৰীক্ষা নকৰে বা স্বীকৃতি নিদিয়ে আৰু সেইহে ব্যৱহাৰকাৰীৰ অধিকাৰ প্রয়োগৰ পৰামর্শ দিয়া হৈছে।

 

 

SMS/OBD-MANI App - AC

অডিঅ

মানি অ্যাপ (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) সংক্রান্ত আইভিআৰএচ শুনিবলৈ ক্লিক কৰক (হিন্দি ভাষা)

অডিঅ' চলাওক
null

মানি অ্যাপ (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) সংক্রান্ত আইভিআৰএচ শুনিবলৈ ক্লিক কৰক (ইংৰাজি ভাষা)

অডিঅ' চলাওক
null

RBI Kehta Hai Quick Links

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?