ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ বাবে সুদৰ হাৰ
আৰ বি আই/২০১৬-১৭/২২৫ ৯ ফেব্ৰুৱাৰী, ২০১৭ অধ্যক্ষ/মুখ্য কাৰ্যবাহী বিষয়া মহাশয়, ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ বাবে সুদৰ হাৰ ওপৰোক্ত বিষয় সম্পৰ্কীয় আমাৰ circular DGBA.GAD.881/15.02.050/2016-17 dated October 13, 2016 ৰ সন্দৰ্ভলৈ লখ্য কৰে যেন। ভাৰত চৰকাৰে তেওঁলোকৰ কাৰ্যালয় টোকা (OM) নং এফ.নং ১/০৪/২০১৬-এন.এছ দ্বিতীয় দিনাংক ৩০ ডিচেম্বৰ,২০১৬যোগে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ বাবে বিভিন্ন ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ সুদৰ হাৰৰ দিহা দিছিল। (Copy enclosed) ২. আৱশ্যকীয় কাৰ্যব্যৱস্থাৰ বাবে এই চাৰ্কুলাৰৰ বিষয়বস্তু, চৰকাৰী ক্ষুদ্ৰ সঞ্চয়ৰ আঁচনিবোৰ পৰিচালনা কৰা আপোনাৰ বেংকৰ শাখাসমূহৰ দৃষ্টিগোচৰ কৰিব। এই আঁচনিসমূহ গ্ৰাহকসকলৰ অৱগতিৰ বাবে আপোনাৰ শাখাসমূহৰ নটিছ বোৰ্ডতো এইবিলাক প্ৰদৰ্শন কৰিব। আপোনাৰ বিশ্বাসী, (ভি. এছ. প্ৰাজিশ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: