RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78474549
উজ্জীৱন স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

উজ্জীৱন স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

১ ফেব্ৰুৱাৰী, ২০১৭

উজ্জীৱন স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

উজ্জীৱন স্মল ফাইনেন্স বেংক লিমিটেডে ১ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ এটা ক্ষুদ্ৰ বিত্ত বেংক হিচাপে সঞ্চালন আৰম্ভ কৰিছে। ৰিজাৰ্ভ বেংকে, ভাৰতত ক্ষুদ্ৰ বিত্ত বেংকৰ ব্যৱসায় চলাবলৈ বেংকটোক বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২(১)ৰ অধীনত এখন অনুজ্ঞাপত্ৰ জাৰি কৰিছে।

উজ্জীৱন ফাইনেন্সিয়েল চাৰ্ভিছ প্ৰাইভেট লিমিটেড, বাংগালুৰু, ১০ আবেদনকাৰীৰ অন্যতম আছিল যাক Press Release on September 16, 2016 ত ঘোষণা কৰা মতে এটা ক্ষুদ্ৰ বেংক স্থাপনৰ কাৰণে নীতিগত অনুমোদন জাৰি কৰা হৈছিল।

অনিৰুদ্ধ ডি যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০৫৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?