RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78478341
চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬: জাৰি মূল্য

চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬: জাৰি মূল্য

১৫ জানুৱাৰী, ২০১৬

চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬: জাৰি মূল্য

জানুৱাৰী ১৮, ২০১৬ৰ পৰা ২২ জানুৱাৰী, ২০১৬ পৰ্যন্ত অবধিৰ বাবে চভাৰেইন গল্ড বণ্ড ক্ৰয়-নিবিদাৰ বাবে মুকলি কৰা হ’ব। এইটো কিস্তিৰ বাবে চভাৰেইন গল্ড বণ্ডৰ জাৰি মূল্য প্ৰতি গ্ৰাম সোণত ২৬০০ টকাত (দুহেজাৰ ছশ টকাত) স্থিৰ কৰা হৈছে। এই হাৰটো, ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আৰ বি জে এ)ৰ দ্বাৰা প্ৰকাশিত পূৰ্বৱৰ্তী সপ্তাহটোৰ (জানুৱাৰী ১১-১৫, ২০১৬) ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত স্থিৰ কৰা হৈছে।

ভাৰত চৰকাৰৰ অধিসূচনা এফ.নং ৪(১৯)-ডব্লিউ এণ্ড এম/২০১৪ আৰু ৰিজাৰ্ভ বেংক circular IDMD.CDD.No.1573/14.04.050/2015-16 dated January 14, 2016 অনুযায়ী এই মূল্য জ্ঞাপন কৰা হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৫ -২০১৬/১৬৮০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?