RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494873
আৰ বি আয়ে ৰাঁচীত বেংকিং লোকপালৰ কাৰ্যালয় স্থাপন কৰিছে

আৰ বি আয়ে ৰাঁচীত বেংকিং লোকপালৰ কাৰ্যালয় স্থাপন কৰিছে

২৩ ডিচেম্বৰ,২০১৬

আৰ বি আয়ে ৰাঁচীত বেংকিং লোকপালৰ কাৰ্যালয় স্থাপন কৰিছে

সম্প্ৰতি বেংকিং পৰিগাঠনি যথেষ্ট বৃদ্ধি হোৱা আৰু বৰ্তমানে পাটনাস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ পৰিক্ষেত্ৰ বৃহত হোৱাৰ বিষয়টো বিবেচনা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং লোকপালৰ এটা কাৰ্যালয় ভাৰতীয় ৰিজাৰ্ভ বেংক, ৰাঁচীত স্থাপন কৰিছে।

ভাৰতীয ৰিজাৰ্ভ বেংক, ৰাঁচীস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ কাৰ্যাধিকাৰ ক্ষেত্ৰ সমগ্ৰ ঝাৰখণ্ড ৰাজ্যত থাকিব, যি অঞ্চল ইয়াৰ আগলৈকে বেংকিং লোকপাল কাৰ্যালয়, পাটনাৰ অধীনত আছিল।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৬৪৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?